Google Product Privacy Guide

স্বাগতম! এই নিৰ্দেশনাৰ প্ৰবন্ধসমূহে আপোনাক Googleৰ প্ৰ’ডাক্টসমূহে কেনেদৰে কাম কৰে আৰু আপুনি আপোনাৰ গোপনীয়তা কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰে সেই বিষয়ে অধিক তথ্য প্ৰদান কৰিব। আপুনি অনলাইনত নিজকে আৰু আপোনাৰ পৰিয়ালক সুৰক্ষিত কৰিবলৈ কি কৰিব পাৰে সেই বিষয়ে অধিক জানিবলৈ, আমাৰ সুৰক্ষা কেন্দ্ৰলৈ যাওক।

আমাৰ প্ৰ’ডাক্টসমূহত থকা গোপনীয়তাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যদি আৰু কিবা সহায় লাগে, আমাৰ গোপনীয়তাৰ সহায় কেন্দ্ৰলৈ যাওক।

এটা নতুন টেবত খোলে(ফুটন’ট খোলে)